হলেণ্ডৰ জিলেণ্ড অঞ্চলৰ মেগলে মোচ পিটনি অঞ্চলত কিমান চনত আৰু কোনে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰা এই মধ্যপ্ৰস্তৰ সংস্কৃতিটোৰ নাম দিয়া হয় মেগলেমোচিয়ান সংস্কৃতি ?

উত্তৰঃ হলেণ্ডৰ জিলেণ্ড অঞ্চলৰ মেগলে মোচ পিটনি অঞ্চলত ১৯০০ চনত আৰু জৰ্জ চাৰাউৱে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰা এই মধ্যপ্ৰস্তৰ সংস্কৃতিটোৰ নাম দিয়া হয় মেগলেমোচিয়ান সংস্কৃতি ।