হিন্দু ধৰ্মৰ প্ৰতি অতীত সমাজৰ আন এটা বিশ্বাস কি আছিল?

উত্তৰঃ- হিন্দু ধৰ্মৰ প্ৰতি অতীত সমাজৰ আন এটা বিশ্বাস আছিল পূৰ্ব পুৰুশৰ পূজা।