১৬০০ খৃঃত আৰু ১৬০২ খৃঃত কি কি কোম্পানী গঠন কৰা হৈছিল ?

উত্তৰঃ ১৬০০ খৃঃত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ১৬০২ খৃঃত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল ।