১৭৮৯ চনৰ পৰা ১৮১৭ চনলৈ এই কালছোৱাক ইউৰোপৰ ইতিহাসক দুটা গুৰুত্বপূৰ্ণ অংশত ভাগ কৰা হৈছে । সেইকেইটা কি ?

উত্তৰঃ ১৭৮৯ চনৰ পৰা ১৮১৭ চনলৈ এই কালছোৱাক ইউৰোপৰ ইতিহাসক দুটা গুৰুত্বপূৰ্ণ অংশত ভাগ কৰা হৈছে সেইকেইটা হ’ল- প্ৰথমটো হ’ল ১৭৮৯ চনৰ পৰা ১৮১৫ লৈ আৰু দ্বিতীয়টো হ’ল ১৮১৫ চনৰ পৰা ১৮৭১ লৈ ।