ৰেনেচাঁ যুগৰ প্ৰধান বৈশিষ্টবোৰ কি ?

উত্তৰঃ ৰেনেচাঁ যুগৰ প্ৰধান বৈশিষ্টবোৰ আছিল- মানুহ সৌন্দৰ্য্য আৰু শ্ৰেষ্ঠ সাহিত্যৰ মূলৰ প্ৰতি আকৃষ্ট হৈছিল আৰু নৱজাগৰণৰ এই দিশটোক মানৱতাবাদ বুলি জনা যায় ।