উত্তৰঃ যোচেফে মৰ্মান্তিক আঘাত পাইছিল আৰু ১৭৯০ চনত তেওঁৰ মৃত্যু হৈছিল ।
Question and Answer Solution
উত্তৰঃ যোচেফে মৰ্মান্তিক আঘাত পাইছিল আৰু ১৭৯০ চনত তেওঁৰ মৃত্যু হৈছিল ।
উত্তৰঃ মহান কেথেৰিণক সুশিক্ষিত শাসক বুলি কোৱা হয় ।
উত্তৰঃ মহান কেথেৰিণে ১৭৬২ চনৰ পৰা ১৭৯৬ চনলৈ ৰাছিয়াত শাসন কৰিছিল ।
উত্তৰঃ মহান কেথেৰিণে ৰাছিয়াত এটা সুস্থিৰ পৰিস্থিতি লাভ কৰিছিল ।