উত্তৰঃ ১৬৪২ চনৰ গৃহযুদ্ধই আৰু ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱে ইংলেণ্ডৰ নীতিবোৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ।
Question and Answer Solution
উত্তৰঃ ১৬৪২ চনৰ গৃহযুদ্ধই আৰু ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱে ইংলেণ্ডৰ নীতিবোৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ।
উত্তৰঃ জাৰ্মান ভাষাক চৰকাৰী ভাষা বুলি ঘোষণ কৰিছিল ।
উত্তৰঃ ১৭ শতিকাত স্পেইন ইউৰোপত এখন দ্বিতীয় ক্ষমতাশালী ৰাষ্ট্ৰলৈ অৱনমিত হৈছিল ।
উত্তৰঃ যোচেফে ১৭৬৫ চনত সিংহাসনত বহিছিল ।