উত্তৰঃ ১৭৮০ চনত মেৰীয়া থেৰেছাৰ মৃত্যু হৈছিল ।
Question and Answer Solution
উত্তৰঃ ১৭৮০ চনত মেৰীয়া থেৰেছাৰ মৃত্যু হৈছিল ।
উত্তৰঃ ১৭৮৯ চনত ফৰাচী বিপ্লৱ আৰম্ভ হৈছিল ।
উত্তৰঃ ১৮৭০ চনত জাৰ্মানীক একত্ৰীকৰণ কৰি জাৰ্মান দেশপ্ৰেমিকসকলৰ সপোন বাস্তৱত পৰিণত কৰিছিল ।
উত্তৰঃ ১৮৪৮ চনৰ ৰাজনৈতিক বিপ্লৱ ইউৰোপৰ চাৰিওদিশত বিয়পি গৈছিল ।