Month: January 2022

কি কি পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে?

উত্তৰঃ- কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, মাৰ্কণ্ডেয়পুৰাণ, দেৱীপুৰাণ আদিয়ে পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে।

দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ কি কি?

উত্তৰঃ- দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ হ’ল- দুৰ্গা, কালি, উমা, কামাখ্যা, তাৰা, চণ্ডি, চামুণ্ডা, ভূৱনেশ্বৰী, উগ্ৰতাৰা, ভৈৰৱী, বিন্ধ্যাবাসিনী, শাকম্ভাবী আদি।