Month: January 2022

পবিত্ৰ ৰোমান সাম্ৰাজ্যত সংঘাত সৃষ্টিৰ মুখ্য কাৰণ কি ?

উত্তৰঃ পবিত্ৰ ৰোমান সাম্ৰাজ্যত সংঘাত সৃষ্টিৰ মুখ্য কাৰণ হ’ল- নিজৰ ৰাজ্য বহেমিয়াত অষ্ট্ৰিয়া হেপচবাৰ্গৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ ।