উত্তৰঃ বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ।
Question and Answer Solution
উত্তৰঃ বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ।
উত্তৰঃ আধুনিক যুগৰ আৰম্ভণিতে ছপাশাল আৰু কাগজৰ উদ্ভাৱন হৈছিল ।
উত্তৰঃ এটা চলনশীল ছপাশাল প্ৰথম ইউৰোপত আৰু ১৪৬০ চনত গুটেনবাৰ্গে উদ্ভাৱন কৰিছিল ।
উত্তৰঃ ১৪৭৬ চনত ইংলেণ্ডত কেকচ্টনে ছপাশালৰ উদ্ভাৱন কৰিছিল ।