Month: January 2022

‘নিয়ন্ত্ৰত শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্য়ৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়’ ___ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ বিশিষ্ট শিক্ষাবিদ জে. পি. নায়কৰ।