কোন চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰে? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ ২০০১ চনত।
কোন চনত ষ্টকহ’ম সন্মিলন অনুষ্ঠিত কৰা হৈছিল? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ ১৯৭২ চনত।
মহিলা সবলকীৰণৰ কেইটামান দিশ উল্লেখ কৰা। Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ (ক) শিক্ষা, (খ) অৰ্থনৈতিক স্বাধীনতা।
কোনখন দেশত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হয়? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ ইউৰোপত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি হয়।