উত্তৰঃ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্ৰিক বা বিদ্য়ালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।
Question and Answer Solution
উত্তৰঃ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্ৰিক বা বিদ্য়ালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য়িক মুক্ত বিশ্ববিদ্য়ালয়।
উত্তৰঃ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্য়ালয় বা আন্নামালাই মুক্ত বিশ্ববিদ্য়ালয়।
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।