নেতাজী সুভাষ মুক্ত বিশ্ববিদ্য়ালয় ক’ত অৱস্থিত? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ কলকতা, পশ্চিমবংগ।
দূৰত্ব শিক্ষাত ৰেডিঅ’ আৰু চেলিভিচনৰ ব্য়ৱহাৰ কৰা হয়নে? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ কৰা হয়।
অগতানুগতিক শিক্ষা ব্য়ৱস্থাত কিমান বছৰ বয়সৰ পৰা ল’ৰা-ছোৱালীক ধৰা হয়? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ ৮ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ।
দূৰত্ব শিক্ষাত মুখামুখি সংযোগ কাৰ্যসূচীৰ অৱকাশ আছে? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ আছে।