Month: January 2022

অনাৰ্য্য ৰজা বাণে শোণিতপুৰৰ তেওঁৰ কি দেৱতাৰ নামত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল?

উত্তৰঃ- অনাৰ্য্য ৰজা বাণে শোণিতপুৰৰ তেওঁৰ আৰাধ্য দেৱতাৰ নামত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল।

কি পুৰাণৰ মতে ৰজা জল্পেশ্বৰে শিৱ পূজা আৰম্ভ কৰিছিল আৰু এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল?

উত্তৰঃ- স্কন্দপুৰাণৰ মতে ৰজা জল্পেশ্বৰে শিৱ পূজা আৰম্ভ কৰিছিল আৰু এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল।