Month: January 2022

ভূমিদানৰ বাবে ৰজাসকলে নিৰ্দ্ধাৰণ কৰা কি কি দিনত দানকাৰ্য্য সম্পন্ন কৰিছিল?

উত্তৰঃ- ভূমিদানৰ বাবে ৰজাসকলে নিৰ্দ্ধাৰণ কৰা চৈত সংক্ৰান্তি, বিষ্ণু সংক্ৰান্তী, একাদশী আদি দিনত দানকাৰ্য্য সম্পন্ন কৰিছিল।