উত্তৰঃ- তেজপুৰ তামৰ ফলি মতে ৰজা বনমালাই সোণ, ৰূপ, হাতী, ঘৰ আৰু নাৰী দান কৰিছিল।
Question and Answer Solution
উত্তৰঃ- তেজপুৰ তামৰ ফলি মতে ৰজা বনমালাই সোণ, ৰূপ, হাতী, ঘৰ আৰু নাৰী দান কৰিছিল।
উত্তৰঃ- ভূমিদানৰ উপৰিও কামৰূপৰ ৰজাসকলে গৃহদান, ধনদান, ৰত্ন-অলংকাৰ দান, গাঁও আদি দান কৰিছিল।
উত্তৰঃ- কামৰূপৰ প্ৰায় প্ৰতিজন ৰজাই ভূমিদান কৰিছিল।
উত্তৰঃ- ব্ৰাহ্মণ্য ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ কৰ্ম আছিল দান।