উত্তৰঃ- কালিকা পুৰাণ, দেৱীপুৰাণ, মাৰ্কাণ্ডেৱ পুৰাণ আৰু যোগিনীতন্ত্ৰত শক্তিপীঠৰ জন্মৰ বিষয়ে পৃথক বিৱৰণ দিছে।
Question and Answer Solution
উত্তৰঃ- কালিকা পুৰাণ, দেৱীপুৰাণ, মাৰ্কাণ্ডেৱ পুৰাণ আৰু যোগিনীতন্ত্ৰত শক্তিপীঠৰ জন্মৰ বিষয়ে পৃথক বিৱৰণ দিছে।
উত্তৰঃ- গুৱাহাটী তামৰ ফলিত মঙ্গল শ্লোকত ‘গৌৰী’ক আৰাধ্য দেৱী ৰূপে বৰ্ণনা কৰা হৈছে।
উত্তৰঃ- শুৱালকুছি তামৰ ফলিৰ বৰ্ণনামতে ৰত্নপাল তান্ত্ৰিক বিদ্যাত পাৰ্গত আছিল।
উত্তৰঃ- বনমাল বৰ্মাদেৱৰ তেজপুৰ তামৰ ফলিত উল্লেখ কৰা হৈছে যে শালস্তম্ভ বংশৰ ৰজাসকলৰ ইষ্ট দেৱতা আছিল কামেশ্বৰ মহাগৌৰী।