উত্তৰঃ- নিধানপুৰ তামৰ ফলিত শ্যামা দেৱীৰ বিষয়ে উল্লেখ আছে।
Question and Answer Solution
উত্তৰঃ- নিধানপুৰ তামৰ ফলিত শ্যামা দেৱীৰ বিষয়ে উল্লেখ আছে।
উত্তৰঃ- তেজপুৰ যাদুঘৰত সংৰক্ষিত থকা মূৰ্তিবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল ১০ম শতিকাৰ দশভূজ দুৰ্গা আৰু শিঙ্গৰীৰ তাৰাদেৱীৰ মূৰ্তি।
উত্তৰঃ- পালসকলৰ ৰাজত্বকালত নিৰ্মাণ হোৱা মন্দিৰ কেইটা হল- দেৱস্থান, ডকমকাৰ, বৰগঙ্গা, বুঢ়াগোহাই থান আৰু আকাশী গংগা।
উত্তৰঃ- ডুবি তামৰ ফলিত পৰ্বত কন্যা (পাৰ্বতী) আৰু নিধানপুৰ তামৰ ফলিত ভোগৱতীৰ উল্লেখ আছে।