অতীত অসমত কি কি পোছাক মানুহে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ- অতীত অসমত কপাহী, ৰেচম, ঊল আৰু চামৰাৰ পোছাক মানুহে ব্যৱহাৰ কৰিছিল।