অতীত অসমৰ প্ৰথম বাসিন্দা কোন আছিল?

উত্তৰঃ- অতীত অসমৰ প্ৰথম বাসিন্দা অষ্ট্ৰো-এচিয়াচিক লোকসকল আছিল।