অতীত অসমৰ লিংগ পূজাৰ পৰাই কি পূজাৰ উৎপত্তি হোৱা বুলি পণ্ডিতসকলে বিশ্বাস কৰে?

উত্তৰঃ- অতীত অসমৰ লিংগ পূজাৰ পৰাই মূৰ্ত্তি পূজাৰ উৎপত্তি হোৱা বুলি পণ্ডিতসকলে বিশ্বাস কৰে।