অসম ৰাজ্যৰ লক্ষীমপুৰৰ কি কি নদীত সোণ পোৱা যায়?

উত্তৰঃ- অসম ৰাজ্যৰ লক্ষীমপুৰৰ প্ৰায় সকলো নদী সোৱণশিৰী, দিখৌ, জাগ্লো আৰু দিহং নদীত সোণ পোৱা যায়।