অসমত তিনিবিধ কি কি ধানৰ খেতি কৰা হয়?

উত্তৰঃ- অসমত তিনিবিধ শালি ধান, বাওঁ ধান আৰু আহু ধানৰ খেতি কৰা হয়।