অসমত বিভিন্ন প্ৰথাৰ উৎপত্তিৰ কাৰণ কি?

উত্তৰঃ- বিগ্ৰহ পূজাই জড়বাদৰ সৃষ্টি কৰিছিল আৰু ইয়ে অসমত বিভিন্ন প্ৰথাৰ উৎপত্তিৰ কাৰণ আছিল।