অৰ্থনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চল দুটা কি কি?

উত্তৰঃ- অৰ্থনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চল দুটা জনপদ আৰু বন অঞ্চল।