আচুলিয়ান সঁজুলিবোৰ কিমান বছৰ পুৰণি আৰু এইসমূহ ক’ত পোৱা গৈছে ?

উত্তৰঃ আচুলিয়ান সঁজুলিবোৰ ১.৭ নিযুত বছৰ পুৰণি আৰু এইসমূহ আফ্ৰিকাত পোৱা গৈছে ।