আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত | অধ্যায় ৭ | Class 12 Political Science Lesson 7 (Part 2) Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 7 Solution | HS 2nd Year Political Science Unit 2 Lesson 7 Common Answer | উচ্চতৰ মাধ্য়মিক দ্বিতীয় বাৰ্ষিকৰ ৰজনীতি বিজ্ঞান অধ্যায় ৭ আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ|

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

১।  তলত দিয়াবোৰ মিলোৱাঃ

আঞ্চলিক আকাংক্ষাৰ প্ৰকৃতি ৰাজ্য     
(ক) সামাজিক ধৰ্মীয় পৰিচয় ৰাজ্য চলোৱাৰ বাবে (i) নাগালেণ্ড/ মিজোৰাম
(খ) ভাষিক পৰিচয় আৰু কেন্দ্ৰৰ লগত উত্তেজনা   (ii) ঝাৰখণ্ড/ চত্তীছগড়
(গ) আঞ্চলিক অসমতাৰ বাবে ৰাজ্যৰ দাবী   (iii) পঞ্জাৱ 
(ঘ) জনজাতি পৰিচয়ৰ বাবে পৃথকতাৰ দাবী  (iv) তামিলনাডু।

উত্তৰঃ 

(২) পঞ্জাৱ চুক্তিৰ প্ৰধান ব্যৱস্থাসমূহ কি আছিল? পঞ্জাৱ আৰু ওচৰ- চুবুৰীয়া ৰাজ্যবোৰৰ মাজত উত্তেজনাৰ ভিত্তি কি?

উত্তৰঃ 

(৩) ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ কিয় বিতৰ্কমূলক হৈছিল?

উত্তৰঃ 

৪। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবোৰে কেনেদৰে বিভিন্ন আঞ্চলিক আকাংক্ষাৰ সৃষ্টি কৰিছে বৰ্ণনা কৰা।

উত্তৰঃ 

৫। কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্ৰতাৰ বিভিন্ন বিষয়সমূহ কি? ইয়াৰ কোনবোৰ ন্যায়সংগত? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ 

৬। “অসম আন্দোলন আছিল সাংস্কৃতিক গৌৰৱ আৰু অৰ্থনৈতিক অনগ্ৰহৰতাৰ সংযুক্তি”–  ব্যাখ্যা কৰা।

উত্তৰঃ 

৭। সকলোবিলাক আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়। উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ 

৮। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদৰ্শসৰূপ । তুমি মানি লোৱানে? কাৰণ দৰ্শোৱা।

উত্তৰঃ 

৯। বস্তনিষ্ঠ প্ৰশ্নঃ

(ক) কোন ৰাজ্যত ‘অসম গণ-পৰিষদ’  সক্ৰিয়?

উত্তৰঃ 

(খ) নেচনেল কনফাৰেন্স কেতিয়া প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ

(গ) কি উদ্দেশ্য সাধনৰ বাবে ‘অসম গণ-পৰিষদ ‘ দল প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ 

(ঘ) কোন চনত  পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হৈছিল?

উত্তৰঃ 

(ঙ) কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল।

উত্তৰঃ 

(চ) কেতিয়া ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ গৃহীত হৈছিল?

উত্তৰঃ 

(ছ) কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল?

উত্তৰঃ 

(জ) ভাৰতৰ যিকোনো দুটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ

(ঝ) চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?

উত্তৰঃ 

(ঞ) ভাৰতৰ অন্যান্য অঞ্চলটোৰ সৈতে উত্তৰ-পূৱক সংলগ্ন সংলগ্ন কৰা ঠেক ভূখণ্ডক কি নামেৰে জনা যায়।

উত্তৰঃ 

(ট) আংগামী জাপু ফিজো কোন ৰাজ্যৰ নেতা আছিল?

উত্তৰঃ 

(ঠ) পু  লালদেংগা কোন ৰাজ্যৰ?

উত্তৰঃ 

(ড) সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত আন্দোলন কোন চনত আৰম্ভ কৰিছিল?

উত্তৰঃ 

(ঢ) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?

উত্তৰঃ

(ণ) ভাৰত চৰকাৰে মণ্ডল আয়োগ  চনত নিযুক্তি দিছিল। ( খালী ঠাই পূৰণ কৰা)

উত্তৰঃ 

১০। চমু প্ৰশ্নঃ

(ক) জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ ধাৰণাটো গ্ৰহণ কৰানে?

উত্তৰঃ 

(খ) সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ 

(গ) আনন্দপুৰ চাহিব প্ৰস্তাৱৰ দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ 

(ঘ) আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

(ঙ) গোৱাৰ সমস্যা কি আছিল?

উত্তৰঃ 

(চ) আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা।

উত্তৰঃ

(ছ) ৮০-ৰ দশকত অসমে সমুখীন হোৱা দুটা সংকটৰ কথা উল্লেখ কৰা।

উত্তৰঃ

(জ) চিকিম কেনেদৰে ভাৰতৰ অন্তৰ্ভুক্ত হ’ল?

উত্তৰঃ 

(ঝ) আঞ্চলিকতাবাদক নিৰ্মূল কৰাৰ বাবে দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ 

(ঞ) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ  

১১। চমুটোকাঃ

(ক) ভাৰতত পৃথকতাবাদী ধাৰণা কি কাৰণে গঢ় লৈ উঠিছে।

উত্তৰঃ

(খ) ভাৰতত আজি পৃথকতাবাদী ভাবধাৰা জাগ্ৰত হোৱাৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ

(গ) ভাৰতৰ উত্তৰ পূৱ প্ৰান্তৰ সশস্ত্ৰ আন্দোলন ব্যাখ্যা কৰা।

উত্তৰঃ 

(ঘ) ভাৰতৰ কিছুমান অংশত পৃথকবাদী ভাবধাৰা গঢ়ি উঠাৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰো।

উত্তৰঃ 

(ঙ) জম্মু আৰু কাশ্মীৰত ঘটা হিংসাত্মক  কাৰ্যৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ 

(চ) জম্মু আৰু কাশ্মীৰ কি পৰিস্থিতিত ভাৰতৰ সৈতে চামিল। 

উত্তৰঃ 

(ছ) ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ বহিৰাগত বিতাড়ণৰ বাবে চলা ‘অসম আন্দোলন’ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

(জ) পঞ্জাৱৰ সশস্ত্ৰ আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ 

(ঝ) ১৯৮৪ চনৰ শিখ বিৰোধী হিংসাত্মক ঘটনাৰ চমু আলোচনা কৰা। 

উত্তৰঃ 

(ঞ) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ

১২। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উশ্থানৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ

(খ) ভাৰতত আঞ্চলিকতাবাদ বিকাশৰ কাৰণবোৰ কি কি?

উত্তৰঃ 

(গ) ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ 

(ঘ) নেচনেল কনফাৰেন্সৰ আদৰ্শ আৰু নিৰ্বাচনী কৃতকাৰ্যতা আলোচনা কৰা।

উত্তৰঃ 

(ঙ) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ 

(চ) উত্তৰ-পূব ভাৰতত আঞ্চলিক আন্দোলনৰ আলোচনা কৰা। এই অঞ্চলটোৰ এনে আন্দোলনৰ জন্ম হোৱাৰ কাৰণসমূহ কি? 

উত্তৰঃ 

(ছ) কাশ্মীৰ সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা।

উত্তৰঃ 

(জ) উত্তৰ পূব ভাৰতৰ বিছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ