আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পাৰ্থক্য় উল্লেখ কৰা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।