ইন্দ্ৰপালৰ ভূমিদানৰ ফলিত কিহৰ কথা উল্লেখ আছে?

উত্তৰঃ- ইন্দ্ৰপালৰ ভূমিদানৰ ফলিত বাঘ চিকাৰৰ কথা উল্লেখ আছে।