ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ দিশবোৰ কি কি ?

উত্তৰঃ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সেই দিশবোৰ হ’ল-

(i) বৰঙণি বা কৰ সংগ্ৰহৰ দ্বাৰা মূলধন বা সম্পদৰ কেন্দ্ৰীভূতকৰণ ।

(ii) ৰাজহুৱা নিৰ্মাণ কাৰ্য ।

(iii) লিখন পদ্ধতিৰ আৱিষ্কাৰ ।

(iv) নিশ্চিত আৰু পূৰ্ব অনুমেয় বিজ্ঞানৰ বিকাশ সাধন ।

(v) শ্ৰেণীযুক্ত সমাজৰ উত্থান ।

(vi) জনসাধাৰণৰ এক অংশক বিকল্প কামৰ পৰা ৰেহাই দি পূৰ্ণ পৰ্যায়ৰ শিল্প-কুশলীলৈ পৰিৱৰ্তন কৰা ।

(vii) সম্পূৰ্ণ জাতিগত বান্ধোনৰ পৰিৱৰ্তে ৰাজনৈতিক সংগঠনৰ ভিত্তিত এডোখৰ ঠাইত ৰাষ্ট্ৰতন্ত্ৰ গঢ়ি উঠিছিল ।

(viii) দূৰৱৰ্তী বিলাসী সামগ্ৰীৰ বেপাৰ-বাণিজ্যৰ বিকাশ সাধন ।