ঔপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল চৰকাৰী দপ্তৰখানা চলাথ কৰি | অধ্যায় ১০ | Class 12 History Chapter 10 Question and Answer Assam | Higher Secondary 2nd Year History Chapter 10 Notes and Suggestion | HS 2nd Year History Lesson 10 Important Answer |

ঔপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল চৰকাৰী দপ্তৰখানা চলাথ কৰি

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

১। বঙ্গদেশৰ গাঁও অঞ্চলবােৰত যােতদাৰসকল কিয় প্রভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছিল? 

উত্তৰঃ-

২। জমিদাৰসকলে তেওঁলােকৰ জমিদাৰিৰ ওপৰত কেনেকৈ নিয়ন্ত্রণ চম্ভালি ৰাখিছিল? 

উত্তৰঃ-

৩। বাহিৰাগতসকলৰ আগমনক পাহাৰীয়াসকলে কিদৰে জবাব দিছিল? 

উত্তৰঃ-

৪। বৃটিশ শাসনৰ বিৰুদ্ধে চাওতালসকলে কিয় বিদ্রোহ কৰিছিল? 

উত্তৰঃ-

৫। শাহুকাৰসকলৰ বিৰুদ্ধে দাক্ষিণাত্যৰ ৰায়তসকলৰ ক্রোধ কিহে ব্যাখ্যা কৰে?

উত্তৰঃ-

তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা।

 ৬। চিৰস্থায়ী বন্দৱস্তিৰ পাছত বঙ্গৰ বহুতাে জমিদাৰী নিলামত বিক্ৰী গৈছিল কিয়?

উত্তৰঃ-

 ৭। চাওঁতালসকলতকৈ পাহাৰীয়াসকলৰ জীৱিকা কি দিশত পৃথক আছিল? 

উত্তৰঃ-

৮। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন কেনেকৈ প্ৰভাৱান্বিত কৰিছিল? 

উত্তৰঃ-

৯। কৃষকসকলৰ ইতিহাস ৰচনা কৰোঁতে চৰকাৰী সমলবােৰ ব্যৱহাৰ কৰাত থকা অসুবিধাবােৰ কি কি?

উত্তৰঃ-

 মানচিত্রৰ কাম

১০। ভাৰতীয় উপমহাদেশখনৰ এখন মানচিত্র নক্সাত এই অধ্যায়ত বর্ণিত অঞ্চলবােৰ চিহ্নিত কৰা । ইয়াৰ বাহিৰেও চিৰস্থায়ী বন্দৱক্তি আৰু ৰায়তৱাৰী ব্যৱস্থা অন্য কোনাে অঞ্চলত প্ৰচলিত আছিল নেকিতাৰ সন্ধান কৰা আৰু ইহঁতকো মানচিত্রখনত চিহ্নিত কৰা।

উত্তৰঃ- 

প্রকল্প ( যিকোনাে এটা বাচি লােৱা )

১১। পূৱ ভাৰতৰ কেইবাখনাে জিলাৰ ওপৰত ফ্রাঞ্চিচ বুকাননে প্রতিবেদন প্রকাশ কৰিছিল । ইয়াৰে যিকোনাে এখন প্রতিবেদন পঢ়ি চোৱা আৰু এই অধ্যায়ত আলােচিত বিষয়বস্তুবােৰৰ ওপৰত গুৰুত্ব দি, গ্রাম্য সমাজ সম্পর্কে ইতিহাসবিদসকলে এনেকুৱা মূল পাঠবােৰ ব্যৱহাৰ কৰিব পাৰে, তাৰ ওপৰত আলােকপাত কৰা ।

উত্তৰঃ-

১২। তুমি নিজে বাস কৰা অঞ্চলৰ গাঁৱৰ বয়ােজ্যেষ্ঠ লােকসকলৰ সৈতে কথাবার্তা পাতা আৰু তেওঁলােকে বর্তমান খেতি কৰি থকা পথাৰবােৰ পৰিদৰ্শন কৰা । তেওঁলােকে কি উৎপাদন কৰে , কেনেকৈ তেওঁলােকে জীৱিকা অর্জন কৰে , তেওঁলােকৰ পিতৃ – মাতৃসকলে কি কৰিছিল , বর্তমান তেওঁলােকৰ পুত্র – কন্যাসকলে কি কৰে আৰু বিগত ৭৫ বছৰৰ ভিতৰত তেওঁলােকৰ জীৱন কেনেকৈ পৰিবৰ্তিত হ’ল এইবিলাক কথাৰ সন্ধান কৰা । তুমি লাভ কৰা তথ্যবােৰৰ ভিত্তিত এখন প্রতিবেদন প্রস্তুত কৰা ।

উত্তৰঃ-