কাশ্যপ মূৰ্তিৰ চাৰিওফালে থকা বাৰটা মূৰ্তিক কি বুলি প্ৰমাণ কৰা হৈছে?

উত্তৰঃ- কাশ্যপ মূৰ্তিৰ চাৰিওফালে থকা বাৰটা মূৰ্তিক বাৰ আদিত্য বা বাৰসূৰ্য্য বুলি প্ৰমাণ কৰা হৈছে