কিচ্চেনমিদেনসকলৰ ফ্লিণ্টেৰে নিৰ্মিত আন সঁজুলি কি ?

উত্তৰঃ কিচ্চেনমিদেনসকলৰ ফ্লিণ্টেৰে নিৰ্মিত আন সঁজুলি হ’ল সৰু চটীয়া কুঠাৰ আৰু ছুৰী কটাৰী ।