কিমান বছৰৰ আগতে পৃথিৱীত শেষ বৰফ যুগটো শেষ হৈছিল আৰু এটা গৰম জলবায়ুৰ সূচনা হৈছিল ?

উত্তৰঃ ১১,০০০ বছৰৰ আগতে পৃথিৱীত শেষ বৰফ যুগটো শেষ হৈছিল আৰু এটা গৰম জলবায়ুৰ সূচনা হৈছিল ।