কেম্পিগনিয়াসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল ?

উত্তৰঃ কেম্পিগনিয়াসকলে মাছ ধৰি আৰু হৰিণ, বনৰীয়া গৰু আৰু ঘোঁৰা চিকাৰ জীৱন নিৰ্বাহ কৰিছিল ।