কোন কোন লোকসকল পানীৰ পৰা লোণ তৈয়াৰ কৰাত পাকৈত আছিল?

উত্তৰঃ- নগা আৰু মণিপুৰী লোকসকল পানীৰ পৰা লোণ তৈয়াৰ কৰাত পাকৈত আছিল।