কোনসকল লোকক ব্যাধ বোলা হৈছিল?

উত্তৰঃ- সেই সময়ত জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা সকলক ব্যাধ বোলা হৈছিল।