চণ্ডিকা নামৰ পুখুৰীটোৰ বৰ্ণনা কোনখন ফলিত উল্লেখ আছে?

উত্তৰঃ- চণ্ডিকা নামৰ পুখুৰীটোৰ বৰ্ণনা পৰ্বতীয়া তামৰ ফলিত উল্লেখ আছে।