চুমেৰীয়া আৰু উত্তৰ মেছোপটেমিয়াৰ মাজৰ অঞ্চলটুকুৰা কি নামে খ্যাত আছিল ?

উত্তৰঃ চুমেৰীয়া আৰু উত্তৰ মেছোপটেমিয়াৰ মাজৰ অঞ্চলটুকুৰা আক্কাদ নামে খ্যাত আছিল ।