তিৰোতা মানুহৰ ক্ষেত্ৰত ব্ৰাহ্মণসকলে কেইটা ৰীতি পালন কৰিছিল?

উত্তৰঃ- তিৰোতা মানুহৰ ক্ষেত্ৰত ব্ৰাহ্মণসকলে তিনিটা ৰীতি পালন কৰিছিল।