তেজপুৰ যাদুঘৰত সংৰক্ষিত থকা মূৰ্তিবোৰৰ ভিতৰত উল্লেখযোগ্য কি আছিল?

উত্তৰঃ- তেজপুৰ যাদুঘৰত সংৰক্ষিত থকা মূৰ্তিবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল ১০ম শতিকাৰ দশভূজ দুৰ্গা আৰু শিঙ্গৰীৰ তাৰাদেৱীৰ মূৰ্তি।