দ্বিতীয় বিশ্ব’ৰ ভাঙোন আৰু দ্বি-মেৰুৰ পৰিসমাপ্তি | অধ্যায় ২ | Class 12 Political Science Lesson 2 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 2 Solution | HS 2nd Year Political Science Lesson 2 Common Answer | Class 12 Political Science Chapter 2 Important Answer |

দ্বিতীয় বিশ্ব’ৰ ভাঙোন আৰু দ্বি-মেৰুৰ সমাপ্তি 

Disintegration Of The Second World And The Collapse of Bipolarity

১। তলত উল্লিখিত কোনটো উক্তি ছেভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্রকৃতি ( Nature ) নির্ণয় কৰাৰ ক্ষেত্ৰত অশুদ্ধঃ

    (ক) সমাজবাদ হ’ল প্ৰভাৱ বিস্তাৰ কৰিব বিচৰা আদর্শ । 

উত্তৰঃ

    (খ) উৎপাদনৰ ওপৰত ৰাষ্ট্ৰৰ মালিকীস্বত্বৰ নিয়ন্ত্রণ আছিল। 

উত্তৰঃ

    (গ ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা উপভােগ কৰিলে।

উত্তৰঃ

    ( ঘ ) ৰাষ্ট্ৰই সকলােধৰণৰ অর্থনীতিৰ পৰিকল্পনা আৰু নিয়ন্ত্র     কৰিছিল। 

উত্তৰঃ

২। সময়ানুক্ৰমভাৱে সজোৱা? 

    (ক) ৰাছিয়াৰ আফিগানিস্তান আক্রমণ ।

উত্তৰঃ

    (খ) বার্লিন দেৱাল ভূপতিত ।

উত্তৰঃ

    (গ) ছােভিয়েট ইউনিয়নৰ ভাঙোন ।

উত্তৰঃ

    (ঘ) ৰাছিয়াৰ বিপ্লৱ । 

উত্তৰঃ

৩। তলত উল্লেখ কৰাবােৰৰ কোনটো ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতি নহয় ঃ

(ক) আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি; 

উত্তৰঃ

(খ) চি আই এছৰ জন্ম ।

উত্তৰঃ

(গ) বিশ্বৰ ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱর্তন । 

উত্তৰঃ

(ঘ) মধ্য পূর্বত সংকট ।

উত্তৰঃ

৪। তলত দিয়াবােৰ মিলােৱাঃ

মিচাইল গৰ্বাচেভছোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী
শ্বক থেৰাপিসামৰিক চুক্তি
ৰাচিয়াঅৰ্থনৈতিক নমুনা (Model )
ৱাৰ্শ্বৰাছিয়াৰ ৰাষ্ট্ৰপতি

৫। খালী ঠাই পূৰ কৰাঃ(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা                       আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।
(খ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থাত                     দলে প্ৰভাৱ বিস্তাৰ কৰিছিল।
(গ) ১৯৮৫ চনত                    ছোভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল।
(ঘ)                  প্ৰথমে শীতল যুদ্ধৰ আৱসানৰ ইংগিত দিছে।
(ঙ)                 চুক্তিৰ জৰিয়তে ছোভিয়েট ইউনিয়নে সামৰিক মিত্ৰতা গঢ়ি তুলিছিল।
(চ) বার্লিন দেৱাল                   চনত ভংগ হৈছিল।

৬। তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে ছােভিয়েটৰ অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৃথক কৰে। 

উত্তৰঃ

৭। ভাৰতৰ নিচিনা ছেভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবােৰ কি? 

উত্তৰঃ

 ৮। আতংকৰ প্ৰতিকাৰ ( Shock Therapy ) কি ? সাম্যবাদৰ পৰা পুঁজিপতিলৈ ৰূপান্তৰিত হােৱাৰ সময়ত এইটো আটাইতকৈ উত্তম উপায় নেকি? 

উত্তৰঃ

৯। দ্বিতীয় বিশ্ব ( Second World ) ৰ পৰিসমাপ্তিৰ পিচত ভাৰতবৰ্ষই ইয়াৰ বৈদেশিক নীতি সলনি কৰি পৰম্পৰাগত বন্ধু ৰাছিয়াৰ পৰিবৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতি মনােযােগ দিয়া উচিত। এই উক্তিটোৰ সপক্ষে বা বিপক্ষে এখন ৰচনা লিখা। 

উত্তৰঃ

১০। মিখাইল গর্বাচেভে কি কাৰণত ছােভিয়েট ৰাছিয়াত সংস্কাৰমূলক কার্যসূচী আৰম্ভ কৰিছিল?

উত্তৰঃ  

১৩। ছােভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? তিনিটা কাৰণ দর্শোৱা।

উত্তৰঃ
১৪। ছােভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে এটা । চমুটোকা লিখা। 

উত্তৰঃ

চমু উত্তৰ দিয়াঃ
১। দ্বি – মেৰুৰ পৰিসমাপ্তিৰ পিচত ৰাছিয়াত হােৱা বিচ্ছিন্নতাবাদী আলােচনা বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ
২। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচত মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ
৩। ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ
৪। ছছাভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচত নতুনকৈ স্বাধীন হােৱা ৰাষ্ট্ৰসমূহৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ
৫। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিচতু নতুনকৈ গঠিত হােৱা ৰাষ্ট্ৰসমূহত প্রকৃত গণতান্ত্রিক ব্যৱস্থা প্ৰৱৰ্তন হৈছিলনে? তােমাৰ মতামত আগবঢ়োৱা। 

উত্তৰঃ
৬। দ্বিতীয় বিশ্ব ( Second World ) বুলিলে কি বুজা? লিখা। 

উত্তৰঃ

৭। সাম্যবাদী শাসনৰ অন্ত পৰাৰ পাছত ত্রাসিক অথবা আতংক প্রতিকাৰ ব্যৱস্থাৰ অর্থ কি?

উত্তৰঃ

অতি চমু প্রশ্নৰ উত্তৰঃ
১। দ্বি – মেৰুৰ পৰিসমাপ্তিৰ পিছত স্বাধীন হােৱা ৰাছিয়াৰ কোনখন প্রজাতন্ত্রত বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ
২। মধ্য এছিয়াৰ এখন ৰাষ্ট্রৰ নাম লিখা। 

উত্তৰঃ
৩। বাল্কান ৰাষ্ট্র এখন প্রজাতন্ত্রৰ নাম উল্লেখ কৰা

উত্তৰঃ
৫। ছােভিয়েট ইউনিয়ন ভংগ হােৱা বুলি ঘােষণা কৰা এখন ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ
৬। ৰাছিয়াই ছােভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ কি অর্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছিল?

উত্তৰঃ

৭। সাম্যবাদী শাসনৰ পিচত ৰাছিয়াত গণতান্ত্রিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলনে?

উত্তৰঃ
৮। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হােৱা ৰাষ্ট্রসমূহক উপশম দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাটো কি বুলি জনা যায়?

উত্তৰঃ

৯। ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা বিষয় উল্লেখ কৰা।

উত্তৰঃ  
১০। উজবেকিস্তানৰ ৰাষ্ট্রপতিক কিমান বছৰৰ বাবে নির্বাচিত কৰা হয়?

উত্তৰঃ
১১। মিখাইল গর্বাচেভে কোন চনত ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰিছিল?

উত্তৰঃ
১২। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বিশ্বত শীতল যুদ্ধৰ অৱসান ঘটিছিলনে? 

উত্তৰঃ
১৩। কোনখন ৰাষ্ট্ৰৰ পতনক ‘ দ্বিতীয় বিশ্ব’ৰ পতন হিচাপে জনা যায়। 

উত্তৰঃ
১৪। বার্লিন প্রাচীৰ কোন চনত ভাঙোন হৈছিল? 

উত্তৰঃ
 ১৫। ছােভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? 

উত্তৰঃ

অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ
১। USSR কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ
২। বিশ্ব ৰাজনীতিৰ পৰা দ্বিমেৰুৰ কেতিয়া পৰিসমাপ্তি ঘটিছিল?

উত্তৰঃ
৩। মিখাইল গর্বাচেভ কোন? 

উত্তৰঃ
৪। ছােভিয়েট ইউনিয়নৰ সফলতাকাৰী ৰাষ্ট্র কোন আছিল? 

উত্তৰঃ

৫। বাক্যটো শুদ্ধ কৰা—
(a) ষ্টেলিনে ছােভিয়েট ইউনিয়নত সংস্কাৰ আঁচনি আৰম্ভ কৰিছিল।

উত্তৰঃ
৬। USSR কোনটো দলে শাসন কৰিছিল? 

উত্তৰঃ
৭। USSR ৰ ভাঙোনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল? 

উত্তৰঃ
৮।  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একমাত্র শক্তিশালী হিচাপে কোন পৰিণত হৈছিল?

উত্তৰঃ
৯। CIS ৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ
১০। ছােভিয়েট ইউনিয়নে কোনটো আদৰ্শৰ ওপৰত বিশ্বাস কৰিছিল?

উত্তৰঃ
১১। ৱাৰশ্ব চুক্তি কেতিয়া সম্পাদন কৰা হৈছিল? 

উত্তৰঃ
১২। দ্বিতীয় বিশ্ব পতন বুলি ক’লে কোনখন দেশৰ পতনক বুজায়?

উত্তৰঃ
১৩ । কোনখন দেশৰ ভাঙোনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰিছিল? 

উত্তৰঃ
১৪। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল?

উত্তৰঃ
১৫। ছােভিয়েট ইউনিয়নত কিমানখন স্বায়ত্তশাসিত প্রজাতন্ত্র সংযুক্ত হৈ আছিল? 

উত্তৰঃ
১৬। বলছেভিক কমিউনিষ্ট পার্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ
১৭। ৰাছিয়াৰ প্ৰথমগৰাকী নির্বাচিত ৰাষ্ট্রপতি কোন? 

উত্তৰঃ
১৮। আতংক প্রতিকাৰ ব্যৱস্থা মানে কি?

উত্তৰঃ
১৯। ছােভেয়েট ইউনিয়ন কেতিয়া শক্তিশালী গােষ্ঠীত পৰিণত হৈছিল?

উত্তৰঃ

২০। ছােভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ

চমু উত্তৰৰ আদর্শ প্রশ্নঃ
১। দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? গর্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা।

উত্তৰঃ
২। USSR ৰ বিভাজন সম্পর্কীয় ঘােষণা কোনে আৰু কেতিয়া কৰিছিল?

উত্তৰঃ
 ৩। এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ
 ৫। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত সৃষ্টি হােৱা দুখন স্বাধীন ৰাষ্ট্রৰ নাম লিখা? 

উত্তৰঃ
৬। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপীয়ে কি বুজায়?

উত্তৰঃ
৭। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্পৰ্কৰ কেনেদৰে পৰিৱর্তন হৈছিল?

উত্তৰঃ
৮। ছোভিয়েটৰ বিভাজনে কিদৰে শীতল যুদ্ধৰ বিবাদৰ অন্ত পেলাইছিল? 

উত্তৰঃ
৯। ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল?

উত্তৰঃ
১০। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল?

উত্তৰঃ
১১। আকস্মিকভাৱে ছছাভিয়েট ইউনিয়নৰ পতনৰ কাৰণবােৰ উল্লেখ কৰা। 

উত্তৰঃ
১২। ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ
১৩। আতংক প্রতিকাৰ ব্যৱস্থাৰ দুটা নেতিবাচক প্রভাৱ উল্লেখ কৰা?

উত্তৰঃ
১৪। গ্লচনষ্টৰ অর্থ ব্যাখ্যা কৰা।

উত্তৰঃ
১৫। নিচেই ওচৰা – উঁচৰি’বুলিলে কি বুজা?

উত্তৰঃ ন
১৬। বৃহৎ খেল’খন কি? 

উত্তৰঃ
১৭। বার্লিনৰ দেৱাল কেতিয়া ভঙা হৈছিল? 

উত্তৰঃ
১৮। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা।

উত্তৰঃ
চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 
১ । দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছছাভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলােচনা কৰা।

উত্তৰঃ
২ । ছােভিয়েট ইউনিয়নৰ জনসাধাৰণ ছােভিয়েট পদ্ধতিত সন্তুষ্ট হােৱা নাছিল কিয়? চাৰিটা কাৰণ দর্শোৱা।

উত্তৰঃ

৩। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ
৪। ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলত নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  
৫। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক প্রকৃতি সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ
৬। ১৯৭১ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি?

উত্তৰঃ
৭। গর্বাছেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা? 

উত্তৰঃ
৮। শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰসমূহৰ বিশদ তালিকা দিয়া ।

উত্তৰঃ
৯। USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল ?

উত্তৰঃ
১০। ভাৰতবর্ষ আৰু ছােভিয়েট ইউনিয়নৰ মাজত থকা ৰাজনৈতিক আৰু অর্থনৈতিক আদর্শ সাদৃশ্যবােৰ উল্লেখ কৰা ।

উত্তৰঃ
১১। ছােভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ
১২। গর্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ?

উত্তৰঃ
১৩। সাম্যবাদী দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ সম্পর্ক চমুকৈ আলােচনা কৰা ?

উত্তৰঃ