নৱজাগৰণৰ লগে লগে ইউৰোপৰ মানুহে কি ত্যাগ কৰিছিল ?

উত্তৰঃ নৱজাগৰণৰ লগে লগে ইউৰোপৰ মানুহে কুসংস্কাৰ ত্যাগ কৰিছিল ।