নৱপ্ৰস্তৰ যুগত কি পাত্ৰৰ আৱিষ্কাৰ হ’ল ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগত পোৰামাটিৰ পাত্ৰৰ আৱিষ্কাৰ হ’ল ।