নৱপ্ৰস্তৰ যুগৰ পৰা জীয়াই থাকিবৰ বাবে মানুহে কিহৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পৰা হ’ল ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ পৰা জীয়াই থাকিবৰ বাবে মানুহে চিকাৰ আৰু সংগ্ৰহৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পৰা হ’ল