পৰ্বতীয়া ফলিত কিহৰ বিষয়ে উল্লেখ কৰা হৈছে?

উত্তৰঃ- পৰ্বতীয়া ফলিত শ্ৰুতি, স্মৃতি, মিমাংসা আৰু অৰ্থশাস্ত্ৰ কণ্ঠস্থ্য থকা এজন ব্ৰাহ্মণৰ বিষয়ে উল্লেখ কৰা হৈছে