বিশ্বায়ন | অধ্যায় ৯ | Class 12 Political Science Lesson 9 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 9 Important Answer Assam | HS 2nd Year Political Science Chapter 9 Solution | HS 2nd Year Political Science Chapter 9 Common Answer |

বিশ্বায়ন

প্ৰশ্নমালঃ

ৰচনাধর্মী প্রশ্নঃ

১। অতিকমেও তিনিটা উদাহৰণৰ সহায়ত বিশ্বায়নৰ বিষয়ে ধাৰণাৰ ব্যাখ্যা কৰা। 

উত্তৰঃ 

২। বিশ্বায়ন এটা বহুমাত্রাযুক্ত বিষয় বুলিলে কি বুজা যায় । অতি কমেও দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

৪। বিশ্বায়নৰ ইতিসূচক আৰু নেতিসূচক দিশ দুটা ব্যাখ্যা কৰা।

উত্তৰঃ

৫। বিশ্বায়নৰ অর্থনৈতিক আৰু সাংস্কৃতিক দিশ দুটা ব্যাখ্যা কৰা।

উত্তৰঃ 

৬। বিশ্বায়নৰ পৰিণতি বর্ণনা কৰা।

উত্তৰঃ

৭। বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে যুক্তি প্রদর্শন কৰা।

উত্তৰঃ

৮। বিশ্বায়নৰ বিষয়ে ভাৰতৰ সঞ্চিত অভিজ্ঞতা ব্যাখ্যা কৰা।

উত্তৰঃ

১০। ভাৰতে বিশ্বায়নৰ প্রতি লােৱা দৃষ্টিভংগীৰ বিষয়ে ধাৰণা ব্যক্ত কৰা।

উত্তৰঃ

১১। বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলােচনা কৰা।

চমু উত্তৰৰ প্ৰশ্নঃ

১। কেতবােৰ দেশে নিজৰ উৎপাদনৰ কিছু অংশ ধ্বংস কৰাৰ ব্যৱস্থা কৰাৰ নজিৰ আছে। কিয় তেনেকুৱা কৰিবলগীয়া হয় লিখা।

২। বিশ্বব্যাপী আন্তঃসংযােগতা’ৰ অৰ্থ বুজাই লিখা।

৩। বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিৰ চমু আভাস দিয়া।

৪। অর্থনৈতিক বিশ্বায়নৰ সপক্ষে যুক্তি প্রদর্শন কৰা। 

৫। ৰাজনৈতিক ক্ষেত্ৰত বিশ্বায়ন ব্যৱস্থাৰ পৰিণতি কেনেধৰণৰ?

৬। বিশ্বায়নৰ সাংস্কৃতিক প্রভাৱ উল্লেখ কৰা।

৭। বিশ্বায়নৰ বিভিন্ন মাত্রাসমূহ কি কি?

৮। বিশ্বায়নৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা। 

বস্তুনিষ্ঠ প্রশ্ন ।

(ক) অতি চমু উত্তৰ দিয়াঃ

১। বিশ্বায়ন এটা সম্পূর্ণৰূপে অর্থনৈতিক ধাৰণা হয়নে? ( ‘ হয় ’ বা নহয় ’ লিখা )

২। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূর্ণ কাৰক হ’ল প্রযুক্তিবিদ্যা ( হয় বা নহয় লিখা ) 

৩। বিশ্বায়ন মানে প্রবাহ / উৎকণ্ঠা / আর্থিক উন্নতি ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )।

৪। ভাৰতৰ বামপন্থী ৰাজনৈতিক দলসমূহে অর্থনৈতিক উদাৰীকণ / বৈদেশিক বাণিজ্যৰ বিৰােধিতা কৰে। ( অশুদ্ধ অংশ বাদ দি বাক্যটো লিখা ) 

৫। বিশ্বায়ন ব্যৱস্থাই ৰাষ্ট্ৰীয় সাaর্বভৌমত্বৰ ধাৰণা সম্পূর্ণৰূপে নিঃশেষ কৰিব’–ধাৰণাটো শুদ্ধ হলে সোঁফালে ‘ ✓ ‘ চিন আৰু অশুদ্ধ হলে ‘x’ চিন দিয়া ।

৬। বিশ্বায়নে দেশবােৰৰ মাজত নিৰ্ভৰশীলতা বৃদ্ধি কৰিব / হ্রাস’কৰিব? ( বৃদ্ধি ’ আৰু ‘ হ্রাস শব্দ দুটাৰ প্রযােজ্য শব্দটো সোঁফালে বহুওৱা। 

 (খ) খালী ঠাই পূৰণ কৰা?

১।              চনত ভাৰতে এলানি অর্থনৈতিক পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছিল যিবােৰে অর্থনৈতিক নিয়ন্ত্রণ শিথিল হােৱাত সহায় কৰিছিল।

 ২। বিশ্ব সামাজিক মহাসভা ( World Social Forum ) ৰ প্রথম সভাখ                    ত বহিছিল ।

 ৩। ২০০৪ চনত বিশ্ব সামাজিক মহাসভা ( World Social Forum ) ৰ সভাখন ভাৰতৰ মহানগৰত অনুষ্ঠিত হৈছিল । 

৪। কৃষিজাত সামগ্রী উৎপাদন কৰা দেশবােৰৰ জনমুৰি আয় শিল্পপ্রধান দেশবােৰৰ জনমুৰি আয়তকৈ                

৫। ভূমিকম্প, ছুনামি আদিয়ে ৰাষ্ট্ৰীয় পৰিসীমা মানি                 

 অতিৰিক্ত সম্ভাৱ্য প্রশ্নাৱলী • 

੦ অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ১ নম্বৰৰ ) 

১। বিশ্বায়ন মানে কি? 

২। ৰাষ্ট্ৰৰ সমৰ্থনত বিশ্বায়নৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা।

৩। হয় নে নহয় লিখা?

 প্রযুক্তিবিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূর্ণ কাৰক।

৪। অর্থনৈতিক গােলকীকৰণে কি বুজায়?

৫। সাংস্কৃতিক সমমিশ্ৰকৰণ মানে কি?

৬। খালী ঠাই পূৰণ কৰা?

 সাংস্কৃতিক একীভূতকৰণ                    ৰ এটা ৰূপ।

৭। ভাৰতে অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল?

৮। বিশ্ব সামাজিক মঞ্চ কি ?

৯। WTO ৰ স্কেটল সন্মিলনৰ ( ১৯৯৯ ) তাৎপর্য কি ? 

১০। ভাৰতত কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল ?

১১। কোন ক্ষেত্রত বিশ্বায়ন লাভদায়ক নহয় ?

১২। বিশ্ব সামাজিক মহাসভাৰ প্রথম সভাখন কেতিয়া অনুষ্ঠিত হৈছিল ? 

১৩। বিশ্বায়নৰ এটা নেতিবাচক দিশ লিখা ।

১৪। WTO ৰ সম্পূৰ্ণৰূপ কি ?

১৫। বিশ্বায়নৰ এটা বৈশিষ্ট্য লিখা । 

১৬। প্রতিক্ষাবাদ কি ? 

১৭। বিশ্বায়নৰ এটা সমস্যা উল্লেখ কৰা।

১৮। ভাৰতত খিলঞ্জীয়া লােক কোন ?

১৯। বিশ্বায়নৰ প্রক্রিয়া কেতিয়া আৰম্ভ হৈছিল ?

২০। বিশ্বায়নে কিহক সামৰি লয় ?

২১। বহুজাতিক নিগম মানে কি ? 

• অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ২ নম্বৰৰ )

১। বিশ্বায়নৰ কাৰণবােৰ কি কি ? 

২। বিশ্বায়নৰ বিভিন্ন প্রকাৰবােৰ কি কি ? 

৩। ৰাষ্ট্রৰ সার্বভৌমত্বক বিশ্বায়নৰ কিদৰে প্ৰভাৱিত কৰে ?

৪। অর্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা ।

৫। বিশ্বৰ সংস্কৃতিত বিশ্বায়নৰ ভাবুকিৰ সৃষ্টি কৰা বুলি তুমি ভাবানে ?

৬।  বিশ্বায়নৰ সাংস্কৃতিক পৰিণতি সদায় নেতিবাচক বুলি তুমি ভাবানে?

৭। সাংস্কৃতিক একীভূতকৰণে কিa সূচায় ? 

৮। বিশ্বায়নত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ?

৯।  বিশ্বায়নৰ সকলােৰে একেধৰণৰে ফলাফল দেখুওৱা বুলি তুমি ভাবানে ? 

১০। বিশ্বায়নৰ শেহতীয়া বৈশিষ্ট্যবােৰ কি কি? 

১১। বিশ্বায়নৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্র কি কি?

১২। বিশ্বায়নৰ ইতিবাচক প্রভাৱ কি কি?

১৩। দুখন অসমান পৃথিৱী মানে কি?

১৪। উদাৰীকৰণৰ ফলাফল কি?

১৫। বিশ্বায়ন মানে কি?

১৬। গােলকীয় জনসাধাৰণ কি? দুটা উদাহৰণ দিয়া । 

১৭। বিশ্বায়নৰ প্রতি প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ?

১৮। খালী ঠাই পূৰণ কৰাঃ

(ক) বিশ্বায়ন এক               

(খ) অর্থনৈতিক               সমগ্র                মতবিভেদৰ সৃষ্টি কৰিছে।

(গ) বিশ্ব সামাজিক হ’ল               অন্য                মঞ্চ।

১৯। বিশ্বায়নৰ সামাজিক – সাংস্কৃতিক পৰিণতিবােৰ কি কি? 

২০। ভাৰতৰ বিশ্বায়নৰ বিৰােধিতাৰ অভিজ্ঞতা কেনেকুৱা?

২১। বিশ্বায়নে আচলতে এখন ৰাষ্ট্রৰ কৰ্মতৎপৰতা বৃদ্ধি কৰে বুলি কোৱাটো কিমানখিনি শুদ্ধ ? 

• চমু উত্তৰৰ আদর্শ প্রশ্নঃ( ৪ নম্বৰৰ )

১। বিশ্বায়নৰ পৰিণতিবােৰ কি কি?

২। উমৈহতীয়া কিন্তু পৃথকীকৃত দায়বদ্ধতা মানে কি?

৩।  ভাৰতত বিশ্বায়নৰ প্রভাৱ সম্পর্কে চমুকৈ লিখা।

৪।  বিশ্বায়নৰ অর্থনীতিয়ে সামৰিছে কি কি?

৫। ‘ভাৰতত বিশ্বায়নৰ বিৰুদ্ধে বিভিন্ন পক্ষৰ পৰা প্রতিবন্ধকতা আহিছে’ — উক্তিটো বহলাই লিখা।

৬।  সংস্কৃতি স্থায়ী নহয় – ব্যাখ্যা কৰা ।

৭।  বিশ্বায়ন সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ কিদৰে দেখা যায় আঙুলিওৱা। 

৮। অর্থনৈতিক বিশ্বায়নৰ সৈতে কি জড়িত?

৯। বিশ্বায়নত অর্থনৈতিক আৰু সামাজিক অগ্রাধিকাৰবােৰৰ নিৰ্ধাৰক কি কি? 

১০। বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকবােৰ বিশ্লেষণ কৰা।

১১। বিশ্বায়নৰ সমালােচনা লিখা।

১২। চমুটোকা লিখা? 

(ক) বিশ্ব সামাজিক মঞ্চ ( WSF ) 

(খ) বিশ্ব বাণিজ্য সংগঠন ( WTO ) 

(গ ) আন্তঃৰাষ্ট্ৰীয় বিত্তীয় নিধি ( IMF ) 

১৩। তােমাৰ পৰিয়ালত ব্যৱহাৰ হােৱা বহুৰাষ্ট্রীয় কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন তালিকা দিয়া।

 ১৪। বিশ্বায়নত প্রযুক্তি বিদ্যাই কেনেদৰে সহায় কৰিছে?

 ১৫। বিশ্বায়নে সাংস্কৃতিক সমৰূপতা প্রতিষ্ঠা হােৱাত সহায় কৰিছে ? এই কথাষাৰ কিমান গ্রহণযােগ্য ।

 ১৬। বিশ্বায়নৰ নেতিবাচক প্রভাৱ সম্পর্কে চমুকৈ লিখা । 

১৭। বিশ্বায়নৰ ফলস্বৰূপে বিশ্বৰ বিভিন্ন দেশৰ সার্বভৌমত্ব কেনেদৰে বিনষ্ট হৈছে ?

੦ দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্নঃ ( ৬ নম্বৰৰ ) 

১। বিশ্বায়নৰ ফলত উন্নয়নশীল দেশসমূহত ৰাষ্ট্ৰৰ কাম – কাজৰ ভূমিকাত হ্রাস আৰু বৃদ্ধি সম্পর্কে ব্যাখ্যা কৰা।

 ২ । বিশ্বায়নে আমাৰ ঘৰখনক প্রভাৱিত কৰিছে, আমাৰ খােৱা – পিন্ধা সকলােকে আৰু আচলতে আমাৰ চিন্তাকে প্রভাৱিত কৰিছে । বিশ্বায়নৰ সাংস্কৃতিক পৰিণতি দেখুওৱা ।

৩।  বিশ্বায়নৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱ সম্পর্কে আলােচনা কৰা ৷ 

৪। বিশ্বপ্যাপী সংযােজিতকৰণ কি? ইয়াৰ উপাদানবােৰ কি কি?

৫। বিশ্বায়নৰ বৈশিষ্ট্যবােৰ লিখা । 

৬। বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকসমূহ বিশ্লেষণ কৰা। 

৭ । বিশ্বায়নে সংস্কৃতিক একীভূতকৰণ কৰিছে বােলা মতটোক তুমি মানি লােৱানে?

 ৮। বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহত ৰাষ্ট্ৰৰ পৰিৱৰ্তিত ভূমিকাৰ সমালােচনাত্মক মূল্যায়ন কৰা।

 ১০। বিশ্বায়নৰ ফলাফল কি?

 ১১। বিশ্বায়ন প্রক্রিয়াৰ খৰতকীয়া গতিৰ কাৰণবােৰ আলােচনা কৰা।

 ১২। বিশ্বায়নৰ ইতিবাচক প্রভাৱ সম্পর্কে চমুকৈ লিখা।