ব্ৰঞ্জ যুগৰ পৰা লৌহ যুগলৈ উত্তৰণৰ সময়ত গ্ৰীচত মূলতঃ দুটা ঘটনা ঘটিছিল । সেইকেইটা কি ?

উত্তৰঃ ব্ৰঞ্জ যুগৰ পৰা লৌহ যুগলৈ উত্তৰণৰ সময়ত গ্ৰীচত মূলতঃ দুটা ঘটনা ঘটিছিল । সেইকেইটা হ’ল-

(১) প্ৰযুক্তিবিদ্যাৰ উত্তৰণ আৰু (২) আৰ্থ-সামাজিক দিশলৈ অহা পৰিকাঠামোগত পৰিৱৰ্তন ।